বৰঝৰাত এতিয়া খোৱা সামগ্ৰী উপলদ্ধ

  বৰঝৰাত এতিয়া খোৱা সামগ্ৰী উপলদ্ধ। আজি কিছুবছৰ আগৰ পৰাই গৰমৰ দিনত বৰঝৰাত সৰহ সংখ্যক পৰ্যতকৰ আগমন ঘটা দেখা যায়। কিন্তু খোৱা সামগ্ৰী বৰঝৰাৰ ওচৰত পোৱা নাজায় কাৰনে বহুতে বহুত অসুবিধাত পৰে।

  তাৰ প্ৰতি লক্ষ্য ৰাখি কেইজন মান স্থানীয় যুৱকৰ প্ৰচেষ্টাত এইবছৰ খাদ্য সামগ্ৰী সহজলভ্য হোৱাকৈ বৰঝৰাত তেওলোকে এটি খাদ্য সামগ্ৰী অৰ্দাৰ কৰিৱ পৰা ব্যৱস্থা কৰিছে।
   তাৰ বাবে তেওলোকৰ লগত যোগাযোগ কৰিলে হ'ল।
যোগাযোগৰ বাবে ইয়াত ক্লিক কৰিলে হল।
Continue reading...